×

Search Results

Searching...

Work : Speed : Distance :Time – MCQS

When two trains cross each other, the total distance covered is equal to the sum of their lengths. The time taken depends on the relative speed of the trains. If the trains move in opposite directions, their speeds are added. If they move in the same direction, their speeds are subtracted. The formula used is
Time = (L₁ + L₂) ÷ (S₁ + S₂).

যেতিয়া দুটা ৰেলে পৰস্পৰ অতিক্ৰম কৰে, তেতিয়া মুঠ দূৰত্ব হ’ল দুয়ো ৰেলৰ দৈৰ্ঘ্যৰ যোগফল। বিপৰীত দিশত চলিলে গতি যোগ কৰা হয় আৰু একেটা দিশত চলিলে গতি বিয়োগ কৰা হয়। এই ধৰণৰ প্ৰশ্ন HSLC আৰু SSC পৰীক্ষাত খুবেই গুৰুত্বপূর্ণ।

Work : Speed : Distance :Time