ID-23

Q1. Placing things into groups and subgroups on the basis of similarities is called what ? (সাদৃশ্যৰ ভিত্তিত বস্তুসমূহক গোট আৰু উপ-গোটত ভাগ কৰাক কি বোলা হয় ?)

Ans / উত্তৰ: Classification (শ্ৰেণীবিভাজন)

Explanation / ব্যাখ্যা: Similar things are grouped for easy study. একেধৰণৰ বস্তুসমূহ সহজ অধ্যয়নৰ বাবে একেলগে গোট কৰা হয়।

Q2. All living things are divided into how many main groups ? সকলো জীৱিত বস্তু কিমানটা মুখ্য গোটত ভাগ কৰা হৈছে ?

Ans / উত্তৰ: Five (পাঁচটা)

Explanation / ব্যাখ্যা: The five kingdoms are: Monera, Protista, Fungi, Plantae and Animalia. (পাঁচটা ৰাজ্য (Kingdom) হ’ল: ম'নেৰা, প্ৰটিষ্টা, ফাংগাই, প্লাণ্টি আৰু এনিমেলিয়া।)

Q3. Bacteria are placed in which kingdom ? বেক্টেৰিয়াক কোনটো ৰাজ্যত ৰখা হৈছে ? 

Ans / উত্তৰ: Monera (ম'নেৰা)

Explanation / ব্যাখ্যা: They are unicellular microscopic organisms. ইহঁত এককোষী (unicellular) অণুবীক্ষণিক জীৱ।

Q4. Algae are placed in which kingdom ? শেলাই (Algae) কোনটো ৰাজ্যত ৰখা হৈছে ?

Ans / উত্তৰ: Protista (প্ৰটিষ্টা)

Explanation / ব্যাখ্যা: They are simple, plant-like, mostly aquatic organisms. ইহঁত সৰল, উদ্ভিদৰ দৰে আৰু বেছিভাগ পানীত বাস কৰা জীৱ।

Q5. Plants can do what with their food ? উদ্ভিদে নিজৰ খাদ্যৰ ক্ষেত্ৰত কি কৰিব পাৰে ?

Ans / উত্তৰ: Prepare their own food (নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে)

Explanation / ব্যাখ্যা: Plants make their own food through photosynthesis using sunlight, water and carbon dioxide. উদ্ভিদে সূৰ্যৰ পোহৰ, পানী আৰু কাৰ্বন ডাই অক্সাইডৰ সহায়ত সালোক সংশ্লেষণ (Photosynthesis) প্ৰক্ৰিয়াৰে নিজৰ খাদ্য প্ৰস্তুত কৰে।

Find More : Click Here